নিউজ ডেস্কঃ ফেব্ৰুৱাৰী মাহত নগালেণ্ড বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এইবাৰ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৰাষ্ট্ৰীয় জনতা দল অৰ্থাৎ আৰজেডিয়ে। দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্যাম ৰজকে কয় যে- ছটা নাম চূড়ান্ত কৰা হৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে এই নাম ঘোষণা কৰা হোৱা নাই। এই সন্দৰ্ভত শীঘ্ৰে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক সাক্ষাৎ কৰিব বিজেপিৰ একাংশ নেতাই। তেজস্বী […]
Tag: nagaland
Posted inঅসম