Posted inমুখ্যপৃষ্ঠা

নগালেণ্ড বিধানসভা নিৰ্বাচনত ৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰজেডিয়ে

নিউজ ডেস্কঃ ফেব্ৰুৱাৰী মাহত নগালেণ্ড বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এইবাৰ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৰাষ্ট্ৰীয় জনতা দল অৰ্থাৎ আৰজেডিয়ে।  দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্যাম ৰজকে কয় যে- ছটা নাম চূড়ান্ত কৰা হৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে এই নাম ঘোষণা কৰা হোৱা নাই। এই সন্দৰ্ভত শীঘ্ৰে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক সাক্ষাৎ কৰিব বিজেপিৰ একাংশ নেতাই। তেজস্বী […]