নগাঁৱত আৰক্ষীৰ নামত ধন দাবী কৰা এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ নামত ধন দাবী কৰাৰ ফলত ৰঙা ঘৰৰ আলহি হল এই যুৱকজন। নগাওৰ এই যুৱকজনৰ নাম শংকুমণি গোস্বামী। জানিব পৰা মতে, আজিৰ পৰা এসপ্তাহ পূৰ্বে নগাঁও আৰক্ষীয়ে মুনমুন হুছেইন নামৰ এজন অধিবক্তাক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। মুনমুনে আব্দুল ৰহিম নামৰ এজন সহযোগীৰ সৈতে […]