Posted inমুখ্যপৃষ্ঠা

নগাওঁত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা : একেটা পৰিয়ালৰ ৩ জনৰ থিতাতে মৃত্যু

দেওবাৰে সন্ধিয়া অসমৰ নগাঁও জিলাৰ পুৰানিগুদামৰ বিখোৱাচুকত এটা মানৱবিহীন লেভেল ক্ৰছিংত হোৱা এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিজনকৈ লোক থিতাতে নিহত হয়।