নগাঁওঃ দেশ কপোৱা বটদ্ৰৱা কাণ্ডত অনিদ্ৰা অনাহাৰে দিন পাৰ কৰা ৬টি শিশুক উদ্ধাৰ নগাঁও চাইল্ড লাইনৰ। যি সময়ত বটদ্ৰৱা লংকাকাণ্ডই দেশ তথা সংবাদ মাধ্যম আৰু ৰাজনৈতিক মহলত ব্যাপক তোলপাৰ লগাইছে তেনে সময়তে বটদ্ৰৱা কাণ্ডত অঘৰী আৰু অভিভাৱকহীন হোৱা শিশুৰ কান্দোনে সকলোকে দুঃখিত কৰি তুলিছে। লগতে পঢ়কঃমুখ্যমন্ত্ৰী হিমন্ত মামা, মোৰ মানুহ গৰাকীক সহায় কৰক, নহ’লে মই […]