Posted inঅসম

ৰূপহীহাট আৰু জুৰীয়াৰ কেইবাখনো গাঁও কৃত্ৰিম বানৰ কবলত

ৰূপহীহাট : ৰূপহীহাট আৰু জুৰীয়াৰ কেইবাখনো গাঁও কৃত্ৰিম বানৰ কবলত। একাংশ অসাধু মৎস্য পালকৰ দায়িত্বহীন কৰ্মকাণ্ডৰ বাবেই বৰ্তমান পানীৰ তলত শ‌ শ বিঘা শালিধানৰ খেতিৰ লগতে বহু লোকৰ ঘৰ। ৰূপহীহাট আৰু জুৰীয়া অঞ্চল কৃষিজাত সামগ্ৰী উৎপাদনৰ বাবে বিখ্যাত আৰু ইয়াৰ অধিকাংশ লোকেই কৃষিজীৱী। কিন্তু বৰ্তমান একাংশ অসাধু মীন পালকে অবৈধভাৱে বৃহৎ বৃহৎ আকাৰৰ পুখুৰী নিৰ্মাণ […]