নিউজ ডেস্ক- জোনমণি ৰাভাৰ মৰোণোত্তৰ পৰীক্ষাত ফাদিল হ’ল বিস্ফোৰক তথ্য। জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পাছতে তেওঁৰ মৃতদেহটো জখলাবন্ধালৈ লৈ যোৱা হৈছিল। তাৰ পাছতে নগাওঁ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতে মৰেণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। উল্লেখ্য যে, এই মৰোণোত্তৰ পৰীক্ষা বাবে ১৬ মে’ ৮ বজাত চিকিৎসালয়লৈ মৃতদেহটো অনা হৈছিল আৰু ৯.৪৫ বজাত সম্পন্ন হৈছিল। […]