Posted inঅসম

নগাঁও-কাছাৰ কাগজ কলৰ সম্পত্তিৰ মূল্য ১,৪০০.৩০১ কোটি টকা

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি বিধানসভাৰ মজিয়াত সদৰী কৰি কয় যে, বিধানসভাত উদ্যোগ, বাণিজ্য বিভাগৰ তথ্য অনুসৰি নগাঁও আৰু কাছাৰ কাগজ কলৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় ১৪00.00 কোটি টকা। কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ লিখিত প্রশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে নগাঁও কাগজ কলৰ স্থাৱৰ আৰু অস্থাবৰ সম্পত্তিৰ মূল্য হ’ল […]