Posted inঅসম

কাগজ কলৰ সৈতে জড়িত ঠিকাদাৰৰ ধন মোকলাই দিয়াৰ আহ্বান

গুৱাহাটী : ধন মোকলাই দিয়াৰ আহ্বান নগাঁও কাগজ কল ঠিকাদাৰ সন্থাৰ। কাগজ কল বন্ধ হৈ পৰাত আৰ্থিক সংকটত পৰিছে কাগজ কলৰ ঠিকাদাৰ সকলৰ লগতে এই ঠিকাদাৰ সকলৰ অধীনত কাম কৰা কৰ্মচাৰী সকল। কাগজ কলত বিভিন্ন ঠিকাৰ লগত জড়িত ঠিকাদাৰ সকল পাব লগীয়া আছে প্ৰায় ৭০০ কোটি টকা। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাগজ কলৰ […]