Posted inঅসম

নগাঁৱত আৰক্ষীৰ জালত পৰিল মাৰণাস্ত্ৰ সহ অস্ত্ৰ সৰবৰাহকাৰী

নগাঁৱত আৰক্ষীৰ জালত পৰিল মাৰণাস্ত্ৰ সহ অস্ত্ৰ সৰবৰাহকাৰী ৷ নগাঁৱৰ আমতলৰ পৰা গ্ৰেপ্তাৰ কৰা অস্ত্ৰ সৰবৰাহকাৰীটোৰ নাম কুদ্দুছ আলি। ধৃত কুদ্দুছ আলি নামৰ পৰা এটা ৯এম.এম. পিষ্টল আৰু সজীৱ গুলী জব্দ কৰে আৰক্ষীয়ে ৷ধৃত কুদ্দুছ আলিৰ ঘৰ নগাঁও চিলঙনিত ৷পূৰ্বতে অস্ত্ৰ সৰবৰাহ আৰু ডকাইতি গোচৰত অভিয়ুক্ত আছিল ধৃত কুদ্দুছ আলি ৷ দেওবাৰে নগাঁও আৰক্ষীৰ নিৰাপত্তা […]