Posted inঅসম

প্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব: নগাঁৱৰ আৰক্ষী অধ্যক্ষ

কলিয়াবৰঃ কলিয়াবৰলৈ শাস্তিমূলক বদলি কৰা হৈছে জোনমণি ৰাভাক। ভাবিস্বামী ৰাণা পগাগক প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি দেশজুৰি চৰ্চা লাভ কৰা SI জোনমণি ৰাভাৰ এইবাৰ নাম সাঙোৰ খাইছে দুৰ্নীতিৰ অভিযোগত। স্বামীৰ সৈতে ধন লেনদেনৰ ঘটনাৰ লগত জোনমণি ৰাভাও জড়িত আছিল। এই অভিযোগত গড়মূৰ আৰক্ষী থানাত মাজুলীৰ দুই ব্যৱসায়ীয়ে দাখিল কৰিছিল এজাহাৰ। শেহতীয়াকৈ জোনমণি ৰাভাৰ উৎকোচৰ লেনদেনৰ কথা […]