Posted inঅসম

৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈ কিশোৰী ৪ মাহৰ অন্ত:সত্বা

ৰূপহীহাট : পুনৰ মানৱ সমাজক লজ্জানত কৰিলে ৰূপহীহাটৰ গড়াজানৰ পঠা সদৃশ ৬০ বছৰীয়া লম্পট বৃদ্ধই। ৬০ বছৰীয়া লম্পট বৃদ্ধৰ কামনাৰ বলি হৈ কিশোৰী ৪ মাহৰ অন্ত:সত্বা। প্ৰথমে ধর্ষণ তাৰ পিছত বিয়াৰ প্ৰলোভন দেখুৱাই বাবে বাবে সম্পৰ্ক স্থাপন। নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ গড়াজানৰ ফুটলজাৰ গাঁৱত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণৰ ঘটনা। এগৰাকী নাবালিকা কিশোৰী ৬০ বছৰীয়া […]