নিউজ ডেস্কঃ এটা ভিডিঅ’ ৰ জৰিয়তে একে ৰাতিতে জনপ্ৰিয় হৈ পৰা কৰিশ্মা নাথৰ নাগাৰা নাম এতিয়া অসমৰ আকাশে বতাহে। সামাজিক মাধ্যত এতিয়া কৰিশ্মা নাথৰ নাগাৰা নামৰ যিকোনো ভিডিঅ’ আপুনি দিনটোত এইবাৰ হ’লেও প্ৰত্যক্ষ কৰে। কিন্তু যুৱ প্ৰজন্মৰ নতুন সৃষ্টি আৰু ধাৰণাত এতিয়াও একাংশয়ে যে মানি ল’ব নিবিচাৰে সেয়া কৰিশ্মা নাথৰ ক্ষেত্ৰত স্পষ্টকৈ দেখা গৈছে। শনিবাৰে […]