নাগৰবেৰা : প্ৰচণ্ড মাৰপিটৰ ঘটনা। মোমায়েক আৰু ভাগিনৰ মাজত এই প্ৰচণ্ড মাৰপিট। মাৰপিটৰ ঘটনাত ৩ গৰাকীকৈ পুৰুষ-মহিলা গুৰুত্বৰভাৱে আহত। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ। কামৰূপ জিলাৰ নাগৰবেৰাত এক প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। মোমায়েক আৰু ভাগিনৰ দুই ফৈদৰ মাজত সংঘটিত হৈছে এই প্ৰচণ্ড মাৰপিটৰ ঘটনা। নাগৰবেৰাৰ কল্যানপুৰত সংঘটিত হৈছে এই ঘটনা। ছাগলীয়ে তামোল গছৰ পুলি খোৱাক […]
Tag: Nagarbera
Posted inNews
নাবালিকাক ধৰ্ষণৰ অপচেষ্টা নগৰবেৰাত
Posted inঅসম