জামুগুৰিহাটঃ আজি শাওন মাহৰ অন্তিমটো সোমবাৰ। ৰাজ্যৰ বিভিন্ন শিৱ মন্দিৰ সমূহত শিৱবাবাৰ চৰণত এগছি চাকি জ্বলাই আশিষ ল’বলৈ ভিৰ কৰিলে ভক্তপ্ৰাণ ৰাইজে। ঠিক একেদৰে জামুগুৰিহাটৰ চৈবাৰীস্থিত নাগেশ্বৰ মন্দিৰতো শ শ ভক্তপ্ৰাণ ৰাইজ ওলাই আহিল মন্দিৰ প্ৰাঙ্গনলৈ ৷ মুখত মাক্স নোহোৱাকৈ তথা কোনোধৰণৰ সামাজিক ব্যৱধান নোহোৱাকৈ ভক্তপ্ৰাণ ৰাইজে মন্দিৰ প্ৰাঙ্গণত ভিৰ কৰা দৃশ্যই ভয়ংকৰ পৰিস্থিতি উদ্ভৱ […]