Posted inঅসম

জুৱা খেলি ৰঙা ঘৰৰ আলহি হল নাহৰকটীয়াৰ প্ৰাক্তন বিধায়ক

ডিব্রুগড়ত জুৱাৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে নিশা আটক কৰে নাহৰকটীয়াৰ প্রাক্তন বিধায়ক  নৰেন সোণোৱালক। জানিব পৰা মতে, ডিব্রুগড়ৰ বৈৰাগী মঠৰ পৰা নৰেন সোণোৱালসহ আৰক্ষীয়ে আটক কৰে ৭ জনকৈ জুৱাৰী। তথ্য অনুসৰি, ঘটনাৰ সৈতে জড়িত আন লোককেইজন ক্ৰমে মুকুল ঘোষ, মেহৰাজ মহম্মদ, দীপেন্দ্র দত্ত, ঋত্বিক বৰুৱা, আব্দুল ৰচিদ, আৰু দীপক ৰঞ্জন। বিধায়ক গৰাকীৰ এই কাণ্ডক লৈ […]