নিউজ ডেস্কঃ নলবাৰীৰ জিলা প্ৰশাসনে তাৎক্ষণিক ভাৱে সমগ্ৰ জিলাখনত সোমবাৰে ৬০ দিনৰ বাবে ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (চিপিচি) ধাৰা ১৪৪ জাৰি কৰিছে। নলবাৰী অসামৰিক চিকিৎসালয়ৰ স্থানান্তৰৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন স্থানত ব্যাপক ৰূপে প্ৰতিবাদ কৰা দেখা গৈছে। যাৰ বাবে জিলাখনত এক বিশৃঙ্খলতা পৰিৱেশ সৃষ্টি হোৱা দেখা যায়। যাৰ বাবে জিলাখনত শান্তি পুনৰ ঘূৰাই আনিবলৈ প্ৰশাসনে এই নিৰ্দেশনা […]