নলবাৰী : আৰক্ষীৰ চাকৰি এৰি ডকাইতিত নমা আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ। নলবাৰীত আত্মসমৰ্পণ কৰিলে এসময়ৰ আৰক্ষী আৰু বৰ্তমানৰ কুখ্যাত ডকাইত আনোৱাৰ হুছেইন। ১০ বছৰ পূৰ্বৰ আৰক্ষী বিষয়া, বৰ্তমানৰ কুখ্যাত ডকাইত, অৱশেষত আত্মসমৰ্পণ কৰিলে১০ বছৰ পূৰ্বৰ আৰক্ষী বিষয়া, বৰ্তমানৰ কুখ্যা ডকাইত। নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত কুখ্যাত ডকাইত আনোৱাৰ হুছেইনে আত্মসমৰ্পণ কৰিলে। ১০ বছৰ পুৰ্বে জালাহ আৰক্ষী চকীত […]