Posted inঅসম

নলবাৰীত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৫১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন

গুৱাহাটী : অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৫১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব নলবাৰী জিলাত। চলিত মাহৰ ২১, ২২ আৰু ২৩ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে নলবাৰীত অনুষ্ঠিত হ’ব অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৫১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন। সন্থাৰ সভাপতি ভুৱনেশ্বৰ নাথে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি এই সম্পৰ্কে জানিবলৈ দিয়ে। নলবাৰীৰ বিধায়ক […]