নলবাৰী : শনিবাৰে নলবাৰী জিলাৰ নাট্যমন্দিৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা ৰূপায়িত “সখী এক্সপ্ৰেছ” ২০২১-২২ বিত্তীয় বৰ্ষৰ অধীনত ৭ টা উন্নয়ন খণ্ডৰ সামূহিক কৰ্মী সকলৰ মুঠ ১৯৬ গৰাকী মহিলাৰ মাজত স্কুটি বিতৰণ কৰা হয়। এই উন্নয়ন খণ্ডৰ সামূহিক কৰ্মী সকল ক্ৰমে বেংক সখী, কৃষি সখী, পশু সখী, বীমা সখী। এই বিতৰণ অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী […]