অহা ১৪ এপ্ৰিল অৰ্থাৎ ব’হাগ বিহুৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত অসমীয়াৰ বুকুৰ আপোন বিহুৱে এই দিনটোতে গঢ়িব বিশ্ব ৰেকৰ্ড। সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰৰ অধিক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিব বিহু ৷ অসমীয়াৰ বাপতি সাহোন বিহুৱে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ পিছতেই সেই দিনটোতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহুৰ উপহাৰ হিচাপে অসম বাসীলৈ আগবঢ়াব এটা লাভজনক উদ্যোগ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন […]