Posted inঅসম

নামতোলাত ব্ৰাউন চুগাৰ সহ দুই অৰুণাচলী ব্যক্তিক আটক

নিউজ ডেস্কঃ ড্ৰাগছ সৰবৰাহৰ ঘাটিলৈ পৰিণত হৈছে নামতোলা। অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত পুনৰ শুকুৰবাৰে আটক দুই অৰুণাচলী ড্ৰাগছ সৰবৰাহকাৰী। আটকাধীন ব্যক্তি দুজনৰ নাম ওৱাংগে ওৱাংজেন আৰু পিংছাই তিংগখাত্ৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। আৰু পঢ়কঃমাজুলীত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান! আটক গাঞ্জা সৰবৰাহকাৰী ব্যক্তি দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে  বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰৰ লগতে এখন স্কুটি ।আটকাধীন […]