নিউজ ডেস্কঃ ৰাজস্থানৰ ১৯ বছৰীয়া নন্দিনী গুপ্তাই ফেমিনা মিছ ইণ্ডিয়া ২০২৩ ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। নন্দিনী গুপ্তাৰ এই খিতাপ অৰ্জনৰ পিছতেই দেশৰ ৫৯ তম মিছ ইণ্ডিয়া হিচাপে পৰিগণিত হৈছে। ইফালে ফেমিনা মিছ ইণ্ডিয়া ২০২৩ ত দিল্লীৰ শ্ৰেয়া পুঞ্জা প্ৰথম ৰানাৰ-আপ অৰ্জন কৰাৰ লগতে মণিপুৰৰ ষ্ট্ৰেলা থাউনা ওজাম লুৱাঙয়ে দ্বিতীয় ৰানাৰ-আপ হিচাপে স্থান দখল […]