Posted inঅসম

কেবিনেটত সিদ্ধান্ত নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ হ’ব ফাষ্টট্ৰেক কৰ্টত

গুৱাহাটী : ৰাজ্য চৰকাৰৰ কেবিনেটত নন্দিতা শইকীয়াৰ হত্যাকাণ্ডকলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।কেবিনেটত সিদ্ধান্ত লোৱা হয় নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ হ’ব ফাষ্টট্ৰেক কৰ্টত বুলি। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠকৰ পিছতে ঘোষণা। ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ড সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ […]