নাৰায়ণপুৰঃ নাৰায়ণপুৰত ভয়ংকৰ ঘটনা। কলেজীয়া ছাত্ৰীক অপহৰণৰ চেষ্টা টেম্প’ চালকৰ। নাৰায়ণপুৰৰ শংকৰদেৱ মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ এগৰাকী ছাত্ৰীক অপহৰণৰ চেষ্টা চলাই দুৰ্বৃত্তই। ছাত্ৰীগৰাকী মহাবিদ্যালয়খনত চলি থকা মহাবিদ্যালয় সপ্তাহৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বৰপথাৰ অভিমুখে আহি থকাৰ পথত সংঘটিত হয় এই ঘটনা। লগতে পঢ়কঃচুৰিৰ গৰুসহ আটক তিনি গৰু চোৰ ছাত্ৰীগৰাকীয়ে টেম্প’ চালকজনৰ অভিসন্ধি জানিব পাৰি […]
Tag: Narayanpur
Posted inঅসম