Posted inঅসম

ফেক্ট-চেক: বন্ধ লেন্সেৰে চিতাবাঘৰ ফটো তুলিছিল নেকি প্ৰধান মন্ত্ৰীয়ে?

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন শেহতীয়া ফটোক কেন্দ্ৰ কৰি যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমত বিশেষ চৰ্চা চলা দেখা গৈছে। ফটোখনত মোদীক লেন্স কভাৰ লাগি থকা এটা কেমেৰাৰ view finder-ৰ মাজেৰে চাই থকা অৱস্থাত দেখা গৈছে। কংগ্ৰেছ দলৰ একাংশ নেতা আৰু সংগঠনে ফটোখন শ্বেয়াৰ কৰি লেন্স বন্ধ থকা কেমেৰাৰে নামিবিয়াৰ পৰা অনা চিতাবাঘৰ ফটো তুলিছিল বুলি […]