Posted inNews

মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে তদন্ত আয়োগ গঠন

নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজয় লাম্বাৰ অধ্যক্ষতাত আৰু সদস্যদ্বয় হিমাংশু শেখৰ দাস, আইএএছ (অৱসৰপ্ৰাপ্ত) আৰু আলোক প্ৰভাকৰ, আইপিএছ (অৱসৰপ্ৰাপ্ত)ক লৈ ০৩-০৫-২০২৩ আৰু পৰৱৰ্তী সময়ত মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে তদন্ত আয়োগ আইন, ১৯৫২ৰ অধীনত এখনি তদন্ত আয়োগ গঠন কৰিছে। এই আয়োগে মণিপুৰত সংঘটিত হিংসাৰ […]