নিউজ ডেস্ক : দেশত কভিডৰ সংহাৰী ৰূপৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। হাস্পতালত টেংকৰ পৰা অক্সিজেন নিৰ্গতহৈ মৃত্যু হৈছে কেইবাজনো লোকৰ। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে নাসিকত। দেশৰ কেইবাখনো ৰাজ্যৰ লগতে মহাৰাষ্ট্ৰত কভিড মহামাৰীয়ে ভয়ংকৰ তাণ্ডৱ চলাই আছে। মহাৰাষ্ট্ৰত প্ৰতিদিনে হাজাৰ হাজাৰ লোক কভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে বহু লোক। চিকিৎসলায় সমূহত কভিড […]