Posted inদেশ-বিদেশ

বিশিষ্ট অভিনেতা নাছিৰুদ্দিন শ্বাহ অসুস্থ; চিকিৎসালয়ত ভৰ্তি

নিউজ ডেস্ক : বিশিষ্ট অভিনেতা নাছিৰুদ্দিন শ্বাহ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। বুধবাৰে অভিনেতা গৰাকীৰ পত্নী ৰত্না পাঠক শ্বাহে জনোৱা মতে নাছিৰুদ্দিন শ্বাহ নিউমোনিয়াত আক্ৰন্ত হৈছে। ৭০ বছৰীয়া শ্বাহক মঙলবাৰে মুম্বাইৰ খাৰ হিন্দুজা হস্পিতালত ভৰ্তি কৰোৱা হৈছিল বুলি তেওঁৰ পত্নীয়ে জানিবলৈ দিয়ে। চিকিৎসালয়খনৰ সূত্ৰই জনোৱা মতে অভিনেতা গৰাকীৰ হাওঁফাওঁ নিউমোনিয়াত আক্ৰান্ত হৈছে আৰু বৰ্তমান […]