Posted inক্ৰীড়া

চাইক্লিঙত চয়নিকা গগৈৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ

নিউজ ডেস্ক: ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ চাইক্লিষ্টৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ। অসম কন্যা চয়নিকা গগৈয়ে সৃষ্টি কৰে নতুন অভিলেখ। দুটা সোণসহ মুঠ  ৫টা পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে চয়নিকা গগৈয়ে। হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ত ২৭ৰ পৰা ৩১ মাৰ্চলৈকে অনুষ্ঠিত হোৱা ৭২ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় চাইক্লিঙ চেম্পিয়নশ্বিপত অসমৰ চয়নিকা গগৈয়ে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই […]