চলিত ৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত আজি অসমে আৰু এটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আজি ৰাজকোটৰ ছুইমিং পুলত হোৱা মহিলাৰ ১০০ মিটাৰ ফ্ৰী ষ্টাইলত অংশ লৈ সোণৰ পদক অৰ্জন কৰে অসমৰ শিবাংগী শৰ্মাই।