Posted inদেশ-বিদেশ

এপ্ৰিলৰ পৰা পুনৰ টোলগেটৰ মাচুল বৃদ্ধি

নিউজ ডেস্কঃ পুনৰ টোলগেটৰ মাচুল বৃদ্ধি কৰিবলৈ সাজু হৈছে কেন্দ্ৰ চৰকাৰে। ইতিমধ্যে নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া অনুসৰি অহা এপ্ৰিলৰ মাহৰ পৰা টোলগেটৰ মাচুল ৫ পৰা ১০ শতাংশ পৰ্যন্ত বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সূ্ত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, ৪ চকীয়া আৰু লঘু বাহনৰ ক্ষেত্ৰত ৫ […]