Posted inঅসম

খুমটাই সমষ্টিৰ ৰঙামাটিত স্থাপন কৰাৰ টোল গে’টলৈ প্ৰতিক্ৰিয়া সচেতন ৰাইজৰ

কমাৰগাঁও (গোলাঘাট): গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ ৰঙামাটিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ এখন টোল গে’ট স্থাপন কৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবাসীৰ মূৰত টোল কৰৰ নামত পুনৰ ৰামটাঙোন দিবলৈ আগবঢ়া কাৰ্যক সচেতন মহল আৰু বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে । গুৰুত্বপূৰ্ণ বিষয় যে বৰ্তমান সময়ত নুমলীগড় পৰা ডিব্ৰুগড়লৈ প্ৰায় ৭ টা বছৰে লেহেমীয়া গতিত নিৰ্মাণ […]