Posted inঅসম, কলা-সংস্কৃতি/মনোৰঞ্জন

সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল বিশ্বনাথৰ জীয়ৰী ৰ’দালী কাশ্যপ

বিশ্বনাথঃ বিশ্বনাথৰ জীয়ৰী ৰ’দালী কাশ্যপৰ সাফল্য। ২৫ এপ্ৰিলত গুৱাহাটী শংকৰদেৱ কলাক্ষেত্রৰ ইন্টাৰনেচনেল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ”নেচনেল অ’চেনিক মিছ ইণ্ডিয়া শ্ব”ত ৰ’দালি কাশ্যপে অ’চেনিক ৰানাৰ্ছআপ, অ’চেনিক ফাৰফেক্ট ফিগাৰ,অ’চেনিক ফেচ অৱ দ্যা ইয়াৰ , অ’চেনিক বিউটিফুল আইছ , আৰু Oceanic attitude ২০২১ ৰ খিতাপ লাভ কৰে । ”ভিভা অৱ ইণ্ডিয়া ইউনিভাৰ্ছ ২০১৮”ৰ বিজয়ী মেৰী শইকীয়াৰ উদ্যোগত আয়োজিত […]