Posted inঅসম

ৰাজ্যজুৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ধেমাজি,সোণাৰিঃ সমগ্ৰ ভাৰতৰ লগতে আজি অসমতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ধেমাজিত সদৌ অসম ডিজিটেল সাংবাদিক সংস্থাই ধেমাজি মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কার্যালয় পালন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই অনুষ্ঠানত ধেমাজিৰ জ্যেষ্ঠ সাংবাদিক উমেশ চেতিয়াৰ লগতে ধেমাজি জিলাৰ ডিজিটেল সাংবাদিক সংস্থাৰ প্রায় কুৰিজনৰো অধিক সংবাদকৰ্মী উপস্থিত থাকে অনুষ্ঠানত। আনহাতে, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা […]