নিউজ ডেস্ক: নেচনেল ৰাইফল এছ’চিয়েচন অব্ ইণ্ডিয়াৰ নিৰ্বাচক সমিতিয়ে টকিঅ’ অলিম্পিক বাবে ১৫ গৰাকী শ্বুটাৰৰ নাম ঘোষণা কৰিছে। নেচনেল ৰাইফল এছ’চিয়েচন অব্ ইণ্ডিয়াৰ সভাপতি ৰনিন্দৰ সিঙে জনোৱা মতে, জনোৱা মতে, ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি আন ১৪ গৰাকী খেলুৱৈৰ নাম ৰিজাৰ্ভ খেলুৱৈ হিচাবে নিৰ্বাচিত কৰিছে | দিল্লী বিশ্বকাপত মাৰ্চ মাহত ২৫ মিটাৰ পিষ্টল শাখাৰ শ্বুটাৰ চিংকি […]