ডুমডুমা : আজি সমগ্ৰ অসমতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু অসম বিজ্ঞান সমিতি ৰূপাই চাইডিং শাখাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ডুমডুমা মহাবিদ্যালয়ত উদযাপন কৰা হয়। বৃক্ষ ৰোপণৰে শুভাৰম্ভ কৰা আজিৰ অনুষ্ঠানটিত নবেল বঁটা বিজয়ী ছাৰ চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অনুষ্ঠানৰ […]
Tag: national science day
Posted inঅসম