গুৱাবাটী: শিক্ষাগ্ৰহণক মনোগ্ৰাহী কৰাৰ ক্ষেত্ৰত আগবঢ়াই অহা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে গুৱাহাটীৰ ডাউন টাউন স্কুলৰ অধ্যক্ষ মায়া আলফ্ৰেড ফাৰ্নাণ্ডেছক নতুন দিল্লীৰ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত অষ্টম ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত ২০২২ বৰ্ষৰ সন্মানীয় আব্দুল কালাম ৰাষ্ট্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে দেওবাৰে ফাৰ্নাণ্ডেছক উদ্ধৃতি, প্ৰমাণ পত্ৰ আৰু পদকেৰে সন্মানিত কৰা হয। উল্লেখযোগ্য যে […]