Posted inঅসম

কামৰূপ জিলাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, ২০২২ উদ্‌যাপন

আমিনগাঁও : ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে কামৰূপ জিলাতো আজি দ্বাদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদ্‌যাপন কৰা হয়৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিশেষকৈ নতুন ভোটাৰসকলক নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে যোৱা ২০১১ বৰ্ষৰ পৰা পালন কৰি অহা ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ এইবাৰৰ মূল বাণী হ’ল ‘নিৰ্বাচনক অন্তৰ্ভুক্তিমূলক, সহজলভ্য আৰু অংশগ্ৰহণমূলক কৰা’৷আজি কামৰূপ জিলা […]