Posted inNews

নৌসেনাৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ শ্ৰী পি উপাধ্যায় ইনাছৰ

নিউজ ডেস্ক: নৌসেনাৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ শ্ৰী পি উপাধ্যায় ইনাছৰ। ১৯৮৯ চনৰ ১২ জুলাইত ভাৰতীয় নৌসেনাৰ নৌসেনা সংস্থাত যোগদান কৰিছিল শ্ৰী পি উপাধ্যায় ইনাছে। এছ জি এছ আই টি এছ ইন্দোৰৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকত স্নাতক ডিগ্ৰী লাভ কৰা শ্ৰী পি উপাধ্যায়ে ১৯৮৮ চনত ‘ডিজিটেল টেকনিক এণ্ড ইনষ্ট্ৰুমেণ্টেচন’ত দেৱী অহিল্য বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী […]