Posted inৰাজনীতি

এইবাৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰশ্ন তুলিলে সিদ্ধুৰ কন্যাই

নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে পঞ্জাৱত দলীয় বিসম্বাদ ক্ৰমান্বয়ে পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে দলৰ হাইকামান্ডে চৰণজিৎ চান্নীৰ নাম ঘোষণা হোৱাৰ পিছতেই পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজোত সিং সিদ্ধুৰ মুখ্যমন্ত্ৰী হোৱাৰ আশাত চেঁচাপানী পৰে। যোৱা সময়চোৱাত পঞ্জাৱৰ একেৰাহে দুটাকৈ কাৰ্যকাল কৰা চৰকাৰ খনক অস্থিৰ কৰাৰ লগতে দলীয় বিসম্বাদে ভয়ানক ৰূপ লৈছিল। যাৰ ফলশ্ৰুতিত অমৰিন্দৰ সিঙে […]