Posted inঅসম

নাজিৰাত অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি

নাজিৰা- নাজিৰাৰ বালিঘাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত ভস্মীভূত হয় লক্ষাধিক টকাৰ সা-সম্পত্তি। শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত এই ভয়ংকৰ অগ্নিকাণ্ডটি সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। আৰু পঢ়কঃ নতুন ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা মন্ত্ৰী ৰঞ্জিত দত্তৰ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বন্তি হাজৰিকা নামৰ […]