Posted inঅসম

নাজিৰাত ONGC-ৰ পাইপলাইন ফুটি কেইবা বিঘা কৃষিভূমিৰ বিস্তৰ ক্ষতি

নাজিৰা : শিৱসাগৰ জিলাৰ নাজিৰাত আজি তেল আৰু প্ৰাকৃতিক গেছ নিগম (ONGC)-ৰ পাইপলাইন ফুটি কেইবা বিঘা কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হয়। নাজিৰা আৰক্ষী থানাৰ অন্তৰ্গত মেছাগড়ৰ সমীপৰ বৰপথাৰত এই ঘটনা সংঘটিত হোৱা বুলি নাজিৰা মহকুমা বিষয়া সব্যসাচি কাশ্যপে জানিবলৈ দিয়ে। তেওঁ কয়, ‘পাইপলাইনৰ পৰা তেল নিৰ্গত হৈ প্ৰায় ২০ বিঘা কৃষিভূমি বিনষ্ট হয়।’ বৃস্পতিবাৰে বৰপথাৰৰ স্থানীয় […]