Posted inঅসম

স্থানীয় সমস্যাৰ ওপৰত কাৰ্টুন চিত্ৰ অংকন কৰি জনপ্ৰিয় হৈ পৰিছে নাজিৰাৰ এজন যুৱক

নাজিৰাঃ কাৰ্টুন চিত্ৰ অংকন কৰি জনপ্ৰিয় হৈ পৰিছে নাজিৰাৰ যুৱক ভাস্কৰ জ্যোতি মহন্ত। নিজৰ ব্যৱসায়িক কৰ্মৰ মাজত সময় উলিয়াই কাৰ্টুন চিত্ৰ আঁকি ভাল পাই যুৱকজনে। নাজিৰাৰ লগতে বিভিন্ন প্ৰান্তৰ সমস্যা সমূহ কাৰ্টুন চিত্ৰ আঁকি আনৰ দৃষ্টি গোচৰ কৰি এটা সুন্দৰ পৰিবেশ গঢ়ি তোলাৰ প্ৰয়াস কৰে ভাস্কৰ জ্যোতি মহন্তই। যি সময়ত বাহনৰ কৰ সংগ্ৰহ কৰাত আৰক্ষী […]