কামপুৰ: সমগ্ৰ দেশৰ লগতে আজি কামপুৰতো ৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস উদযাপন কৰা হয়।এই উপলক্ষে কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অনুস্থিত কাৰ্যসূচীৰ পুৱাৰ পতাকা উত্তোলন কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বিষয়া তথা বিদ্যালয় খনৰ প্ৰাক্তন শিক্ষক লিলা কান্ত শইকীয়াই । অনুস্থানত উপস্থিত থাকে কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত গোস্বামী,বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি যতীন […]