গুৱাহাটী: মঙলবাৰে নিশা গুৱাহাটীত উপস্থিত হয় এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু। অহা ১৮ জুলাইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থন বিচাৰি মুৰ্মু গুৱাহাটীতলৈ আহিছে। দ্ৰৌপদী মুৰ্মুয়ে গুৱাহাটীত শাসকীয় বিজেপি দলৰ লগতে অগপ আৰু ইউ পি পি এলৰ সাংসদ আৰু বিধায়কসকলক সাক্ষাৎ কৰিব। যোৱা নিশা ইম্ফলৰ পৰা গুৱাহাটী বিমানবন্দৰত উপস্থিত […]