Posted inNews

৬২জন আত্মসমৰ্পণকাৰী NDFB কেডাৰৰ বিজেপিত যোগদান

নিউজ ডেস্ক: মঙলবাৰে নবীন চন্দ্ৰ বড়োৰ নেতৃতাধীন নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ প্ৰায় ৬২ জন প্ৰাক্তন বিদ্ৰোহী নেতাই বিজেপিত যোগদান কৰে। জানিব পৰা মতে, কাৰ্বি আংলং জিলাৰ ডিফুস্থিত পূব কাৰ্বি আংলং জিলাৰ অটল বিহাৰী বাজপেয়ী ভৱনত এক গণ যোগদান কাৰ্যসূচীত এই আত্মসমৰ্পণকাৰী NDFB কেডাৰে বিজেপিত যোগদান কৰে। কাৰ্বি আংলং জিলাৰ ডিফুস্থিত বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা […]