Posted inউত্তৰ-পূৱ

নাগালেণ্ডত পুনৰবাৰ বিজেপি মিত্ৰজোঁটৰ জয়ৰ ধ্বজ্জা

নিউজ ডেস্কঃ নাগালেণ্ডত পুনৰ বাৰৰ চৰকাৰ গঠন কৰিছে বিজেপি মিত্ৰজোঁট চৰকাৰে। বিজেপি–এনডিপিপি মিত্ৰজোঁটে একক সংখ্যাগৰিষ্ঠতাৰে ৬০ খন আসনৰ ভিতৰত ৩৮ খন আসন লাভ কৰিছে। বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি এনডিপিপি য়ে ২৬খন আৰু বিজেপিয়ে ১২খন আসন লাভ কৰিছে। বাকী ২২ খন আসনৰ ভিতৰত এনপিএফ দলে লাভ কৰে ২ খন, এনপিপি দলে ৪ খন আৰু অন্যান্যই লাভ […]