Posted inঅসম

শ্বাসৰুদ্ধকৰ পৰিবেশ আজি সোণাৰি থানাত কিয় হ’ল

সোণাৰি: এক শ্বাসৰূদ্ধকৰ পৰিৱেশে বিৰাজ কৰিলে সোণাৰি আৰক্ষী থানা। আজি পুৱাৰ ভাগত সংঘটিত ভূমিকম্পৰ ফলত হঠাৎ হুৱাদুৱা লাগিল সোণাৰিত। ভূমিকম্পৰ ফলত ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিল সোণাৰিৰ আৰক্ষী। ৰিখটাৰ স্কেলত ৮.৫ প্ৰাৱল্যৰ ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি সাধন হল সোণাৰি আৰক্ষী থানা। ইয়াৰ পৰিপ্ৰেক্ষিতত লগে লগেই খবৰ দিয়া হ’ল এনডিআৰএফক। খবৰ পায় ইটানগৰস্থিত ১২ নং এনডিআৰএফৰ […]