Posted inNews

জুবিন, নীল আকাশকে ধৰি কেকে–মোহন উপস্থিত নাথাকিল তিনিচুকীয়াৰ ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াত

নিউজ ডেস্ক: তিনিচুকীয়াৰ দহোতীয়া চুকত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষৰ হিচাপে বৃহস্পতিবাৰে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত উপস্থিত নাথাকিল এজনো নিমন্ত্ৰিত শিল্পী। নিমন্ত্ৰিত শিল্পী সকলৰ ভিতৰত আছিল জুবিন গাৰ্গ, নীল আকাশৰ লগতে কেকে–মোহনৰ। অনুষ্ঠানটোত উপভোগ কৰিবলৈ অহা হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰিছিল। কিন্তু কমিটীয়ে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানৰ পূৰ্বে বাতিল হোৱা বুলি ঘোষণা কৰে। ইয়াৰ পিছতেই […]