Posted inNews

মল্লযুঁজাৰুৰ প্ৰতিবাদ; নীৰজ চোপ্ৰাৰ তীব্ৰ ক্ষোভ

নিউজ ডেস্ক: শাম কটা নাই মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ। দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে। এই বিশেষ দিনটোত নতুন সংসদ ভৱনৰ বাহিৰত ভাইৰেল হোৱা ছবি আৰু ভিডিঅ’ দেখি বহুতে স্তম্ভিত হৈ পৰে। মল্লযুঁজাৰুসকলে জন্তৰ-মন্তৰৰ পৰা নতুন সংসদ ভৱনৰ দিশে পদযাত্ৰা কৰি সৰ্বভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজভূষণ শৰণ সিঙক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ দাবী […]