Posted inঅসম

কামৰূপ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ভিত্তিত বক্তৃতা প্ৰতিযোগিতা

আমিনগাঁও : কামৰূপ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ভিত্তিত বক্তৃতা প্ৰতিযোগিতা। কামৰূপ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ভিত্তিত কামৰূপ জিলাৰ ১৮ ৰ পৰা ২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজত এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ গুৱাহাটীৰ বৰিপাৰাস্থিত পশ্চিম গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত কামৰূপ জিলাৰ চৈধ্যটা উন্নয়নখণ্ডৰ পৰা মুঠ ১৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ […]