Posted inদেশ-বিদেশ

নেপালত বৃহৎ ভূমিকম্প; কমেও ৬জন নিহত

নিউজ ডেস্ক: নেপালত বুধবাৰে পুৱতি নিশা সংঘটিত এক প্ৰবল ভূমিকম্পত কমেও ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। ভূমিকম্প নিৰীক্ষণ সংস্থা National Centre for Seismology (NCS)-এ জনোৱা মতে, বুধবাৰে পুৱা ২:১২ বজাত সংঘটিত ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.৬। নেপালৰ ডোটি জিলাক ভূমিকম্পটোৰ কেন্দ্ৰবিন্দু আছিল বুলি দেশখনৰ The National Earthquake Monitoring Centre-এ জানিবলৈ দিয়ে। […]