Posted inঅসম

নীপকৰ কৰ্মচাৰী জয়ছিং টিছুৰ পৰিয়ালক পাহৰিলে চৰকাৰে

হোজাই: উমৰাংছুত নীপকৰ জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ হৈ মৃত্যু হোৱা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জয়ছিং টিছুৰ পৰিয়ালে আজিও লাভ নকৰিলে কোনো ধৰণৰ চৰকাৰী সাহায্য। উল্লেখ্য যে ২০১৯ চনৰ ৭ অক্টোবৰত সংঘটিত সেই ভয়াবহ দুৰ্ঘটনাত জয়ছিং টিছু সহ চাৰি গৰাকী নীপকুৰ কৰ্মচাৰীয়ে মৃত্যুক আঁকোৱালি লৈছিল ।কিন্তু আজি দুটা বছৰ অতিক্ৰম হোৱাৰ পিছতো পৰিয়ালটোৱে কোনোধৰনৰ ক্ষতিপূৰণ লাভ নকৰাত সৃষ্টি […]