নিউজ ডেস্কঃ “নিউ বিগ-৫” প্ৰকল্প হৈছে এটা বৃহৎ বন্যপ্রাণীৰ প্ৰকল্প। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে বন্যপ্রাণীবোৰৰ বাসস্থান হেৰুওৱা, মানুহ-বন্যপ্ৰাণীৰ সংঘৰ্ষ, চোৰাং চিকাৰীৰ চলোৱা বন্যপ্রাণী হত্যা, অবৈধ বন্যপ্ৰাণী ব্যৱসায় আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি ভাবুকিৰ পৰা বিশ্বৰ বন্যপ্ৰাণীসমূহে সন্মুখীন হোৱা সংকটৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। ২৫০ জন বন্যপ্রাণী ফটোগ্রাফাৰে এক আন্তর্জাতিক পদক্ষেপত নিৰ্ধাৰণ কৰা বৰ্তমান অস্তিত্বৰ সংকটত ভুগিবলগীয়া […]