Posted inNews

নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰী চছাইটিক পুনৰ নামাকৰণ

নিউজ ডেস্ক- নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰী চ’চাইটিৰ এক বিশেষ সভাত ইয়াৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় আৰু পুথিভঁৰাল সমাজ ৰখাৰ সিদ্ধান্ত লোৱা হয়। উক্ত বৈঠকত সভাপতিত্ব কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনত নতুন দিল্লীৰ তিন মূৰ্তি কমপ্লেক্সত ভাৰতৰ সকলো প্ৰধানমন্ত্ৰীৰ বাবে এটা সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱ দিছিল। ২০১৬চনৰ, ২৫ […]